গৰু ধুৱাবলৈ গৈ ব্ৰহ্মপুত্ৰত নিখোজ উত্তৰ গুৱাহাটীৰ ছাত্ৰ

accident

নিউজ ডেস্ক :

গৰুবিহু দিনাই উত্তৰ গুৱাহাটীৰ মাজঘাটতত  অঘটন। গৰু বিহুৰ পৰম্পৰা ৰক্ষা কৰিবলৈ গৈ ব্ৰহ্মপুত্ৰত নিখোজ হল এগৰাকী দ্বাদশ শ্ৰেণীৰ ছাত্ৰ। ঘটনাৰ অনুসৰি আজি পুৱা পিতৃৰ সৈতে ব্ৰহ্মপুত্ৰত  গৰু ধুৱাবলৈ আহি ব্ৰহ্মপুত্ৰত নিখোজ হৈছে গুৱাহাটীৰ পানবজাৰস্থিত শংকৰদেৱ একাডেমী দ্বাদশ শ্ৰেণী ছাত্ৰ প্ৰবাল হাজৰিকা।পিতৃ অজয় হাজৰিকা হৈতে উত্তৰ গুৱাহাটীৰ মাজঘাটত গৰু গা ধোঁৱাবলৈ আহিছিল দুৰ্ভগীয়া ছাত্ৰজনে। 
 বৰ্তমান সময়লৈকে ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ কৰিব পৰা নাই ।

Your Comments