১০টা সমষ্টিৰ বাবে বিজেপিৰ প্ৰাৰ্থীৰ পেনেল প্ৰস্তুত

bjp

বিজেপিৰ নিৰ্বাচন সমিতিৰ বৈঠকত প্ৰাৰ্থী তালিকাত ৪ সমষ্টিত মহিলা প্ৰাৰ্থীকো অগ্ৰাধিকাৰ৷ ১৬ তাৰিখে ঘোষিত হ’ব প্ৰাৰ্থীৰ নাম  সংবাদ মাধ্যমক জনালে সভাপতি ৰঞ্জিত দাসে৷ ডিব্ৰুগড়ত : ৰামেশ্বৰ তেলী, পুলক গোঁহাই৷ যোৰহাটত : তপন গগৈ, কামাখ্যা প্ৰসাদ তাছা, লক্ষ্য কোঁৱৰ, শান্তনু গগৈ৷ লখিমপুৰত : প্ৰদান বৰুৱা, হৰেন দেউৰী ৷ তেজপুৰত: হিমন্ত বিশ্ব শৰ্মা৷ নগাঁৱত : ৰূপক শৰ্মা, ৰাজেন গোঁহাই৷ গুৱাহাটীত : বিজয়া চক্ৰৱৰ্তী, বিজুলী কলিতা মেধি, কুইন ওজা আৰু ৰূপম গোস্বামী৷ মঙলদৈত : ৰমেন ডেকা,  দিলীপ শইকীয়া, জয়ন্ত মল্ল বৰুৱা৷ ডিফু : হৰেণ সিং বে, বিদ্যাসিং ইংলেং, তুলিৰাম ৰংহাঙৰ পত্নী৷ শিলচৰ : ৰাজদ্বীপ ৰয়, পৰিমল শুক্লবৈদ্য৷ কৰিমগঞ্জ : কৃপানাথ মল্লা,  অমৰেশ ৰায়৷

Your Comments