আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ছহিদ মনেশ্বৰ বসুমতাৰীৰ আদ্যশ্ৰাদ্ধত উপস্থিত হয়। তেওঁ ছহিদগৰাকীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলী নিবেদন কৰে। ছহিদ কন্যা দিদৌশ্ৰী বসুমতাৰীক সহকাৰী পৰ্যটন তথ্য বিষয়া পদত আনুষ্ঠানিকভাৱে আদ্যশ্ৰাদ্ধস্হলীত নিযুক্তি পত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে।
- Log in to post comments
- 131 views
