বিজেপি চৰকাৰে ৰাজ্যত পৰীক্ষাৰ সুযোগ লৈ বিধেয়ক গৃহীত কৰাৰ প্ৰয়াস চলাইছে। পৰীক্ষাৰ বাবে যিহেতু কোনো আন্দোলন বা গণ সংগ্ৰাম হয়তো হৈ নুঠিব, সেয়েহে তাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিব বিচাৰিছে বিজেপি চৰকাৰে । কিন্তু অসমীয়াৰ খং, অসমীয়াৰ ক্ষোভ কেন্দ্ৰীয় চৰকাৰে এতিয়াও বুজিবলৈ বাকী। এই মন্তব্য আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ৷
- Log in to post comments
- 359 views
