ভাৰত ৰত্ন সন্মান প্ৰত্যাখ্যান সুধাকণ্ঠৰ পৰিয়ালৰ!

111

সুধাকণ্ঠৰ ভাৰত ৰত্ন সন্মান প্ৰত্যাখ্যানৰ সম্ভাৱনা পৰিয়ালৰ৷ সংবাদ মাধ্যমক ফোনযোগে জনালে ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকাই৷ কিছু সময় পিছতে আমেৰিকাৰ পৰা এই সম্পৰ্কত আনুষ্ঠানিক ঘোষণা কৰিব তেজ হাজৰিকাই৷ ভাৰত ৰত্ন সন্মান দিয়াক লৈ ৰাজনীতি চলাৰ অভিযোগ পৰিয়ালৰ৷ লগতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাও কৰিছে সুধাকণ্ঠৰ পৰিয়ালে৷

Your Comments