পুনৰ বৃদ্ধি পালে পেট্ৰ'লৰ আৰু ডিজেলৰ মূল্য 

2

পুনৰ বৃদ্ধি পালে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য৷ প্ৰতি লিটাৰ পেট্ৰলত ০৫ পইচা আৰু ডিজেলত বৃদ্ধি পালে ০৬ পইচাকৈ। আজি গুৱাহাটী মহানগৰীত পেট্ৰলৰ মূল্য ৬৯.৭৯ টকা আৰু ডিজেলৰ মূল্য ৬৬.০৫ টকা ।

Your Comments