মোডীক ক'লা পতাকা দেখুৱাই গ্ৰেপ্তাৰ যুৱ-ছাত্ৰ পৰিষদৰ বিষয়ববীয়া

মোডীক ক'লা পতাকা দেখুৱাই গ্ৰেপ্তাৰ যুৱ-ছাত্ৰ পৰিষদৰ বিষয়ববীয়া

যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী৷ নৰেন্দ্ৰ মোডীক ক'লা পতাকা প্ৰদৰ্শন৷ ক'লা পতাকা প্ৰদৰ্শন চবিৰ আহমেদ, তথ্য আৰু যোগাযোগৰ সম্পাদক, গুৱাহাটী মহানগৰ সমিতিৰ সভাপতি প্ৰদীপ কলিতা, সম্পাদক কৃষ্ণ ৰয় মধ্য গুৱাহাটী আঞ্চলিক সমিতিৰ সভাপতি ইনামুল হকৰ। প্ৰধান মন্ত্ৰীক ক'লা পতাকা দেখুৱাই গ্ৰেপ্তাৰ হয় আটাইকেইজন সদস্য।

Your Comments