মহানগৰীত নিশা জব্দ অবৈধ ইউৰিয়াভৰ্তি ট্ৰাক

 মহানগৰীত নিশা জব্দ অবৈধ ইউৰিয়াভৰ্তি ট্ৰাক

মহানগৰীৰ খানাপাৰাত নিশা জব্দ অবৈধ ইউৰিয়াভৰ্তি ট্ৰাক৷ 
যুৱ কংগ্ৰেছে নিজাববীয়াকৈ অভিযান চলাই জব্দ কৰে ইউৰিয়া৷ 
ৰঙিয়াত লোড কৰি আইজললৈ নি থকা অৱস্থাত জব্দ৷ 
নথি-পত্ৰ অবিহনে চোৰাংকৈ সৰবৰাহ কৰাৰ অভিযোগ৷ 
ৰঙিয়াৰ জনৈক কাছেম আলীৰ গুদামৰ পৰা অনা হৈছিল সাৰখিনি৷ 
নিশাই বশিষ্ঠ আৰক্ষীক ট্ৰাকখন চমজাই দিয়ে যুৱ কংগ্ৰেছীয়ে৷ 
ছিণ্ডিকেটত বিজেপি নেতা জড়িত থকাৰ অভিযোগ যুৱ কংগ্ৰেছৰ৷ 
চোৰাংকৈ বাংলাদেশ, ম্যানমাৰলৈ সৰবৰাহ কৰাৰ অভিযোগ৷
 

Your Comments