সদনত পুনৰ বিভ্ৰান্তিকৰ তথ্য চন্দ্ৰমোহন পাটোৱাৰীৰ৷
বৰাকৰ খনন সম্পূৰ্ণ হোৱা বুলি মন্ত্ৰীৰ ভাষ্য৷
এডভাণ্টেজ আছামৰ বাবে অসমত গেছ পাইপ লাইন হোৱা বুলি দাবী৷
পাটোৱাৰীৰ বক্তব্যৰ বিৰোধিতা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ৷
২০০৬ চনতে গেছ পাইপ লাইন হোৱা বুলি শইকীয়াৰ ভাষ্য৷
- Log in to post comments
- 25 views