'আপোনাৰ আপোন ঘৰ' আঁচনি প্ৰৱৰ্তন

2

'আপোনাৰ আপোন ঘৰ' নামৰ নতুন আঁচনি প্ৰৱৰ্তনৰ বিষয়ে বাজেট ভাষণত ঘোষণা কৰে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ এই আঁচনিৰ অধীনত ৪০ লাখ টকা পৰ্যন্ত ঋণ ল'ব বিচৰা সকলো নাগৰিকক ২.৫ লাখ টকাৰ ৰাজসাহায্য প্ৰদানৰ বিষয়ে উল্লেখ কৰে বিত্তমন্ত্ৰীয়ে৷ বাজেটত এই আঁচনিৰ বাবে ৭৫ কোটি টকা ধাৰ্য কৰা হৈছে৷ 

Your Comments