মাজুলীৰ বাবে ১৫০ কোটি টকা আবণ্টন

s

মাজুলীক অসমৰ আধ্যাত্মিক ৰাজধানী বুলি উল্লেখৰে বাজেটত পৃথিৱীৰ বৃহত্তম নদীদ্বীপটোৰ উন্নয়নৰ বাবে মধ্যৱৰ্তীকালীন ১৫০ কোটি টকা আবণ্টনৰ বিষয়ে ঘোষণা কৰে বিত্তমন্ত্ৰীয়ে৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমষ্টি মাজুলীৰ বাবে বাজেটত চলিত বৰ্ষত ৫০ কোটি টকা আবণ্টনৰ বিষয়ে উল্লেখ কৰে বিত্তমন্ত্ৰীয়ে৷ 

Your Comments