বাজেট ভাষণত ৰাজ্যৰ ১২ হাজাৰ ১০৬জন মাষ্টাৰৰোল কৰ্মচাৰীক নিয়মীয়া দৰমহাৰ আধাৰত দৰমহা দিয়া হ'ব বুলি গুৰুত্বপূৰ্ণ ঘোষণা কৰে বিত্তমন্ত্ৰীয়ে৷ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলক 'কেচলেছ ট্ৰিটমেণ্ট'ৰ সুবিধা দিয়াৰ বিষয়ে উল্লেখ কৰে বিত্তমন্ত্ৰী শৰ্মাই৷
- Log in to post comments
- 317 views