বাজেটত ৰাজ্যৰ পথ আৰু যাতায়ত ব্যৱস্থাৰ উন্নয়নৰ হেতু 'অসমমালা' আঁচনিৰ বিষয়ে ঘোষণা কৰা হয়৷ এই আঁচনিৰ অধীনত অহা তিনি বছৰত ৫ হাজাৰ কোটি টকা ব্যয়ৰে উচ্চমানৰ দীৰ্ঘস্থায়ী পথ নিৰ্মাণ কৰা হ'ব৷ মহাবীৰ লাচিত আৰু চিলাৰায় সেতু নিৰ্মাণ আঁচনিৰ জৰিয়তে ২০১৯-২০ বৰ্ষত ৪০০খন কাঠৰ দলং পকী কৰিব বুলি ঘোষণা কৰে বিত্তমন্ত্ৰীয়ে৷
- Log in to post comments
- 27 views