অসম চৰকাৰৰ ৰাজনীতি বিভাগৰ সচিব, আই এ এছ বিষয়া মনোৰঞ্জন দত্তক অসম মানৱ অধিকাৰ আয়োগৰ সচিব নিযুক্তি দিয়া হৈছে৷ আজি অসম চৰকাৰৰ ৰাজনীতি বিভাগৰ পৰা জাৰি কৰা এক জৰুৰী নিৰ্দেশনাত মনোৰঞ্জন দত্তক তৎকালীনভাৱে প্ৰযোজ্য হোৱাকৈ মানৱ অধিকাৰ আয়োগৰ সচিব নিযুক্তি দিয়া হয়৷
- Log in to post comments
- 6 views