বিহালীত অসম আৰক্ষীয়ে শিশুৰ ক'লা পোছাক খোলাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অগপ সভাপতি অতুল বৰাই৷ এই ঘটনাক সোণোৱাল চৰকাৰৰ চূড়ান্ত অবিবেচক কাণ্ড আখ্যা দিয়ে বৰাই৷ সাম্প্ৰতিক পৰিৱেশক অসম আন্দোলনৰ সময়ৰ দমনমূলক পৰিৱেশৰ সৈতে তুলনা কৰে সভাপতি অতুল বৰাই৷
- Log in to post comments
- 33 views