সোণাৰিত গণৰাজ্য দিৱস পালন

সোণাৰিত গণৰাজ্য দিৱস পালন

সোণাৰিৰ পৰা ঘন বৰা

সমগ্র দেশৰ লগতে চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ ৰাজহুৱা খেলপথাৰত ৭০সংখ্যক গণৰাজ্য দিৱস উলহ-মালহেৰে উদ্‌যাপন কৰে। চৰাইদেউ জিলাৰ প্ৰশাসনৰ উদ্যোগত উদ্‌যাপিত ৭০সংখ্যক গণৰাজ্য দিৱসত পতাকা উত্তোলন কৰে চৰাইদেউ জিলাৰ উপায়ুক্ত দীপক কুমাৰ সন্দিকৈয়ে।

Your Comments