মাজুলীৰ গড়মূৰ কছাৰী ময়দানত গণৰাজ্য দিৱস উদ্‌যাপন

মাজুলীৰ গড়মূৰ কছাৰী ময়দানত গণৰাজ্য দিৱস উদ্‌যাপন

মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত গড়মূৰৰ কাছাৰী ময়দানত আয়োজিত ৭০সংখ্যক গণৰাজ্য দিৱসৰ জিলাস্তৰীয় অনুষ্ঠানত আজি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে মুখ্য অতিথি তথা উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰই।

মাজুলীৰ গড়মূৰ কছাৰী ময়দানত গণৰাজ্য দিৱস উদ্‌যাপন

অনুষ্ঠানত মুখ্য অতিথিগৰাকীয়ে মাজুলী আৰক্ষী, চিআৰপিএফ, আইটিবিপিএফ, এছএছবিৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানৰ এনচিচি, স্কাউটছ আৰু গাইডছ দলৰ মাৰ্চপাষ্টৰ অভিবাদন গ্ৰহণ কৰে।

মাজুলীৰ গড়মূৰ কছাৰী ময়দানত গণৰাজ্য দিৱস উদ্‌যাপন

পতাকা উত্তোলনৰ পূৰ্বে মুখ্য অতিথি শ্ৰমিশ্ৰই "ভাৰত ৰত্ন" ডঃ ভূপেন হাজৰিকাৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

Your Comments