দক্ষিণ কামৰূপত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে জোঁৰ সমদল

দক্ষিণ কামৰূপত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে জোঁৰ সমদল

দক্ষিণ কামৰূপৰ পৰা নিহাৰিকা তালুকদাৰ

দক্ষিণ কামৰূপৰ আমৰংগা বৰিহাটত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বৰিহাত আঞ্চলিক সচেতন নাগৰিক সমাজ, শাখা ছাত্ৰ সন্থাৰ উদ্যোগত বহুকেইটা সংগঠনে জোঁৰ সমদল উলিয়ায়। পৰৱৰ্তী সময়ত তেওঁলোকে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও হুংকাৰ দিয়ে।

Your Comments