মৰাণ ছাত্ৰ সন্থাৰ অৱৰোধ সাময়িকভাৱে স্থগিত

মৰাণ ছাত্ৰ সন্থাৰ অৱৰোধ সাময়িকভাৱে স্থগিত

তিনিচুকীয়াৰ পৰা চন্দন কলিতা

সদৌ মৰাণ ছাত্ৰ সন্থাই মাহজোৰা অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী চৰকাৰৰ লগত হোৱা আলোচনামৰ্মে সাময়িকভাৱে স্থগিত ৰাখিছে৷ প্ৰতিখন চৰকাৰৰ প্ৰতাৰণাৰ বলি হৈ ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীৰ এই আন্দোলনৰ ফলত মাকুম, তিনিচুকীয়াত শ শ ট্ৰাকৰ লগতে কয়লা পৰিবাহী ৰে'ল মাকুমত আবদ্ধ হৈ পৰিছিল৷

মৰাণ ছাত্ৰ সন্থাৰ অৱৰোধ সাময়িকভাৱে স্থগিত

লগতে জিলাখনৰ তেলৰ ডিপোসমূহত তেলৰ নাটনিৰ বাবে ৰাইজৰ দীঘলীয়া শাৰী দেখিব পোৱা গৈছিল৷ 

Your Comments