গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা কাৰ্যালয়ৰ পৰা ৭০টা জাতীয়-জনগোষ্ঠীয় সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ বিৰুদ্ধে এক জোঁৰ সমদল উলিয়ায়। জাতিধ্বংসী বিধেয়ক কোনো কাৰণতে গ্ৰহণ নকৰাৰ হুংকাৰ দি চৰকাৰবিৰোধী শ্লোগানেৰে গোলাঘাট চহৰখনত এক উত্তাল পৰিবেশৰ সৃষ্টি কৰে।
- Log in to post comments
- 11 views