কাইলৈ লতাশিলত 'খিলঞ্জীয়াৰ বজ্ৰনিনাদ'

w

সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ টা জনগোষ্ঠীয় সংগঠনৰ আহ্বানত ২৩ জানুৱাৰীত ৰূপায়ণ কৰা হ'ব 'খিলঞ্জীয়াৰ বজ্ৰনিনাদ' কাৰ্যসূচী।জাতিধ্বংসী 'নাগৰিকত্ব সংশোধনী বিধেয়ক -২০১৬' বাতিলৰ দাবীত গুৱাহাটীৰ লতাশিল খেলপথাৰত দিনৰ ১১ বজাত ৰূপায়ণ কৰা হ'ব এই প্ৰতিবাদী কাৰ্যসূচী।উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সংগঠন(নেছ')ৰ নেতৃবৰ্গও উপস্থিত থাকিব।

Your Comments