তামুলপুৰত সদৌ অসম কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা সম্পন্ন

তামুলপুৰত সদৌ অসম কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা সম্পন্ন

তামুলপুৰত সদৌ অসম কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা সম্পন্ন৷

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত সৰৱ সদৌ কৰ্মচাৰী পৰিষদ।

ভাষা, জাতি আৰু মাটিতকৈ চাকৰি ডাঙৰ নহয়৷

জাতীয় অস্তিত্ব ৰক্ষাৰ বাবে চাকৰি বিসৰ্জন দিবলৈ সাজু- এই মন্তব্য সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান ফকৰ উদ্দিন আহমেদৰ৷

তামুলপুৰত সদৌ অসম কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা সম্পন্ন

আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰ্মচাৰী পৰিষদৰ৷

৩০ জানুৱৰৰীত প্ৰতিখন জিলা আৰু মহকুমা সদৰত তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ঘোষণা৷

সদৌ অসম ছাত্ৰ সন্থাৰ ব্ৰজ নিনাদ কাৰ্যসূচীক মুকলি সমৰ্থন সদৌ অসম কৰ্মচাৰী পৰিষদৰ৷

তামুলপুৰত সদৌ অসম কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা সম্পন্ন

আজি দিনৰ ১১ বজাত তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত আন কে'বাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷

সদৌ অসম কৰ্মচাৰী পৰিষদৰ অসম চৰকাৰৰ ওচৰত দাবী- যদিহে ১২ ফেব্ৰুৱাৰীৰ ভিতৰত সমস্যাসমূহ সমাধান নকৰে তেতিয়াহ'লে তীব্ৰ আন্দোলনৰ হুংকাৰ কৰ্মচাৰী পৰিষদৰ৷

Your Comments