বোধি হেল্থ এডুকেচন আৰু আছাম নাৰ্ছিং কাউঞ্চিলৰ উদ্যোগত নাৰ্ছিং বিষয়ৰ আলোচনা-চক্ৰ

বোধি হেল্থ এডুকেচন আৰু আছাম নাৰ্ছিং কাউঞ্চিলৰ উদ্যোগত নাৰ্ছিং বিষয়ৰ আলোচনা-চক্ৰ

বোধি হেল্থ এডুকেচন আৰু আছাম নাৰ্ছিং কাউঞ্চিলৰ উদ্যোগত শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত নাৰ্ছিং শিক্ষা বিষয়ক কেইবাখনো মনোজ্ঞ আলোচনা-চক্ৰ অনুষ্ঠিত হয়।

বোধি হেল্থ এডুকেচন আৰু আছাম নাৰ্ছিং কাউঞ্চিলৰ উদ্যোগত নাৰ্ছিং বিষয়ৰ আলোচনা-চক্ৰ

উক্ত অনুষ্ঠানতে বোধি হেল্থৰ উদ্যোগত যোৱা বছৰ অনুষ্ঠিত বোধি নাৰ্ছিং এক্সেলেন্স এৱাৰ্ডছৰ সফল ছাত্ৰ-ছাত্ৰীসকলক সন্মানিত কৰা হয়। বটাঁসমূহ বিতৰণ কৰে নাৰ্ছিং বিভাগৰ যুটীয়া সঞ্চালক উমলিনা টপ্ন', নাৰ্ছিং কাউঞ্চিলৰ পঞ্জীয়ক ইলোৰা ব্ৰহ্ম, আঞ্চলিক নাৰ্ছিং মহাবিদ্যালয়ৰ অধ্যক্ষা কৃষ্ণা দাস আৰু বোধি হেল্থ এডুকেচনৰ মুখ্য কাৰ্যবাহী অভিনৱ গিৰধৰে।

বোধি হেল্থ এডুকেচন আৰু আছাম নাৰ্ছিং কাউঞ্চিলৰ উদ্যোগত নাৰ্ছিং বিষয়ৰ আলোচনা-চক্ৰ

গুৱাহাটীৰ সকলো নাৰ্ছিং প্ৰতিষ্ঠানৰ অধ্যক্ষসকলে ভাগ লোৱা অনুষ্ঠানটিত বোধিৰ জ্যেষ্ঠ প্ৰবন্ধক দেবাংগ গগৈয়ে জানিবলৈ দিয়ে যে প্ৰতিষ্ঠানটোৱে নাৰ্ছিং শিক্ষাৰ লগত জড়িত বহু প্ৰকল্প উত্তৰ-পূবত ইতিমধ্যেই হাতত লৈছে।

Your Comments