উচ্চস্তৰীয় সমিতি ত্যাগ ডঃ নগেন শইকীয়াৰ

উচ্চস্তৰীয় সমিতি ত্যাগ ডঃ নগেন শইকীয়াৰ

সাংবিধানিক ৰক্ষা কৱচৰ বাবে কেবিনেটে গঠন কৰা ৯জনীয়া উচ্চ স্তৰীয় সমিতি ত্যাগ ডঃ নগেন শইকীয়াৰ৷

সমিতিখন ভৱিষ্যতে ভংগ হোৱাৰ আশংকা প্ৰকাশ কৰিলে ডঃ শইকীয়াই৷

সমিতিখনৰ সাংবিধানিক ৰক্ষণাবেক্ষণ নাই বুলিও উল্লেখ কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিগৰাকীয়ে৷
 

Your Comments