ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনিৰ্দিষ্টকালীন শ্ৰেণী বৰ্জন : নিষিদ্ধ ঘোষণা ৰাজনৈতিক নেতা-পালিনেতাৰ প্ৰৱেশত

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনিৰ্দিষ্টকালীন শ্ৰেণী বৰ্জন : নিষিদ্ধ ঘোষণা ৰাজনৈতিক নেতা-পালিনেতাৰ প্ৰৱেশত

কটন বিশ্ববিদ্যালয়ৰ পিছত এইবাৰ প্ৰতিবাদমুখৰ হ'ল ডিব্ৰুগড় বিশ্ববিদ্যালয়৷ জাতিধ্বংসী বিধেয়কৰ প্ৰতিবাদ সাব্যস্ত কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ অনিৰ্দিষ্ট কাললৈ শ্ৰেণী বৰ্জনৰ সিদ্ধান্ত৷

আনহাতে, বিশ্ববিদ্যালয়খনৰ অন্তৰ্গত মহাবিদ্যালয়সমূহকো শ্ৰেণী বৰ্জনৰ আহ্বান৷ লগতে কোনো ৰাজনৈতিক নেতা-পালিনেতাক বিশ্ববিদ্যালয় চৌহদত প্ৰৱেশতো বাধা-নিষেধ আৰোপ কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাই৷

Your Comments