বিদ্যুৎ সংশোধনী আইন বাতিলৰ দাবীত ছিপাঝাৰ বিদ্যুৎ উপ-সংমণ্ডলৰ বিষয়া-কৰ্মচাৰীৰ কৰ্মবিৰতি

বিধেয়ক বাতিলৰ দাবীত ছিপাঝাৰ বিদ্যুৎ উপ-সংমণ্ডলৰ বিষয়া-কৰ্মচাৰীৰ কৰ্মবিৰতি

আজিৰে পৰা দেশজুৰি আৰম্ভ হৈছে বিদ্যুৎ বিভাগৰ বিষয়া-কৰ্মচাৰীৰ দুদিনীয়া সাধাৰণ ধৰ্মঘট আৰু কৰ্ম বিৰতি৷

বিধেয়ক বাতিলৰ দাবীত ছিপাঝাৰ বিদ্যুৎ উপ-সংমণ্ডলৰ বিষয়া-কৰ্মচাৰীৰ কৰ্মবিৰতি

ছিপাঝাৰ বিদ্যুৎ উপ-সংমণ্ডলৰ বিষয়া-কৰ্মচাৰীসকলেও অংশ লৈছে এই প্ৰতিবাদত৷ বিদ্যুৎ (সংশোধনী) আইন বাতিলৰ দাবীত উপ-সংমণ্ডলটোৰ বিষয়া-কৰ্মচাৰীসকলে ৰূপায়ণ কৰিছে সাধাৰণ ধৰ্মঘট আৰু কৰ্মবিৰতি।

Your Comments