দক্ষিণ শালমাৰাৰ মানকাচৰ মহকুমা আছুৰ উদ্যোগত নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত জিলাখনৰ ফকিৰগঞ্জত টায়াৰ জ্বলাই প্ৰতিবাদ কৰাৰ লগতে সমগ্ৰ অঞ্চলত ব্ন্ধ সৰ্বাত্মক কৰি তোলে৷
ইয়াৰ উপৰি দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ টুমনি, হাটশিঙিমাৰী, মানকাচৰ, কালাপানী, দিয়াৰা আদি বিভিন্ন প্ৰান্তত সৰ্বাত্মক বন্ধৰ প্ৰভাৱ পৰে।
- Log in to post comments
- 13 views