ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সংশোধনী প্ৰক্ৰিয়া বৃদ্ধিৰ দাবী ১১ উমৈহতীয়া সংগঠনৰ ।
আগন্তুক দুমাহলৈ সময় বৃদ্ধিৰ দাবী সংগঠনকেইটাৰ ।
লগতে সম্পূৰ্ণ এন আৰ চিত অন্তৰ্ভুক্ত সন্দেহযুক্ত অবৈধ বিদেশীৰ নাম কৰ্তনৰ দাবী দুৰ্নীতিবিৰোধী যুৱ-শক্তিকে ধৰি ১০ সংগঠনৰ প্ৰতিনিধিৰ ।

সোমবাৰে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক সাক্ষাৎ সংগঠনকেইটাৰ । 
 
ৰাজ্যিক সমন্বয়কগৰাকীক সাক্ষাৎ কৰি সংগঠনকেইটাই প্ৰদান কৰে এক স্মাৰক-পত্ৰ ।
- Log in to post comments
 - 64 views
 
    
