বৃহস্পতিবাৰে তিনিচুকীয়া ধলাত সংঘটিত হোৱা লোমহৰ্ষক হত্যাকাণ্ডৰ বুজ ল'বলৈ আহিছে পশ্চিমবঙ্গ চৰকাৰৰ প্ৰতিনিধি । পুৱাই ডিব্ৰুগড় বিমানবন্দৰত উপস্থিত হৈছেহি পশ্চিমবঙ্গ চৰকাৰৰ ৪জনীয়া বিশেষ দল । মমতা বেনাৰ্জীৰ নির্দেশত অহা দলটোক নেতৃত্ব দিছে সাংসদ ডেভিদ অ'ব্ৰেইনে । ডিব্ৰুগড়ত উপস্থিত হৈয়েই দলটো বাহিৰে বাহিৰে ৰাওনা হয় ঘটনা সংঘটিত হোৱা খেৰবাৰীলৈ । নিহতসকলৰ পৰিয়াল বুজ ল'ব দলটোৱে । দলটোত আছে সাংসদ মহুৱা মৈত্ৰ্য, মমতা বালা ঠাকুৰ, নাজিমুল হক ।
- Log in to post comments
- 17 views