নামৰূপৰ পৰা সমীৰণ বৰুৱা
জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যৰ ৪৬টা সংগঠনে আহ্বান জনোৱা ১২ ঘণ্টীয়া অসম বন্ধৰ প্ৰভাৱ নামৰূপ আৰু নাহৰকটীয়াতো সৰ্বাত্মক ৰূপত পৰা পৰিলক্ষিত হৈছে ৷
বন্ধৰ সমৰ্থনত নাহৰকটীয়াৰ ৰাজপথত টায়াৰ জ্বলাই যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদ সাব্যস্ত ৷
বন্ধৰ ফলত নামৰূপ-নাহৰকটীয়াৰ দোকান-পোহাৰ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাৰ লগতে সৰু-বৰ যান-বাহনৰ চলাচলো সম্পূৰণৰূপে বন্ধ হৈ পৰিছে ।
- Log in to post comments
- 20 views