অসমত কিডনী চিকিৎসাৰ একমাত্ৰ হাস্পতাল স্থাপন কৰিব বিধায়ক পদ্ম হাজৰিকাই

অসমত কিডনী চিকিৎসাৰ একমাত্ৰ হাস্পতাল স্থাপন কৰিব বিধায়ক পদ্ম হাজৰিকাই

চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই গুৱাহাটীত দেশৰ ভিতৰতে অত্যাধুনিক পদ্ধতিৰে নিৰ্মাণ কৰিবলৈ ওলাইছে কিডনী চিকিৎসাৰ একমাত্ৰ হাস্পতাল ৷

দেশৰ কেইবাজনো খ্যাতনামা চিকিৎসকে এই হাস্পতালত সেৱা আগবঢ়াব ৷

ইতিমধ্যে এই চিকিৎসালয় নিৰ্মাণৰ কাম আৰম্ভ হৈছে ৷ ওপৰৰ আৰ্হিতে নিৰ্মাণ হ'ব চিকিৎসালয়খন ৷

২০১৯ৰ পৰা এই চিকিৎসালয়ত সম্পূৰ্ণ সেৱা আৰম্ভ হ'ব বুলি জানিব পৰা গৈছে ৷

Your Comments