লখিমপুৰৰ ASP ৰুণা নেওগক বদলি

 A


নিউজ ডেস্ক:
SI জোনমণি ৰাভাৰ মৃত্যুৰ পিছতেই আজি হঠাতে লখিমপুৰৰ ASP ৰুণা নেওগক বদলি কৰা হয় ৷উল্লেখ্য যে, লখিমপুৰৰ ASP ৰুণা নেওগৰ বদলিক লৈ সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ৷ জোনমণি ৰাভাৰ বিৰুদ্ধে আমিনা খাতুনে দাখিল কৰা এজাহাৰক লৈ ৰুজু কৰা গোচৰৰ তদন্ত কৰিছিল লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰুণা নেওগে। গোচৰৰ তদন্ত কৰি থকাৰ সময়তে ৰুণা নেওগক বদলি কৰাত সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

 

Your Comments