কেইবাটাও ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন বাঁহীবাদক দীপক শৰ্মা

 A

 

নিউজ ডেস্ক:
কেইবাটাও ৰোগত আক্ৰান্ত হৈ  চিকিৎসাধীন অৱস্থাত আছে বাঁহীবাদক দীপক শৰ্মা ৷বৰ্তমান দিছপুৰ হাস্পাতালৰ আইচিইউত চিকিৎসাধীন হৈ আছে বিশিষ্ট বাঁহীবাদকগৰাকী।জানিব পৰা মতে, কিডনী, যকৃত আৰু হৃদযন্ত্ৰৰ ৰোগত আক্ৰান্ত হৈ বিগত ৩ দিন ধৰি তেওঁ হাস্পাতালত চিকিৎসাধীন হৈ আছে। 

Your Comments