নিউজ ডেস্ক:
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।ইতিমধ্যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কেইবাগৰাকীও ছাত্ৰক বহিষ্কাৰ কৰিছে ৷এই সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে-‘প্ৰথমে বিশ্ববিদ্যালয় চৌহদৰ পৰা প্ৰাক্তন ছাত্ৰসকলক বিদায় দিব লাগিব। বিশ্ববিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰাৱাসত থাকিব নোৱাৰিব প্ৰাক্তন ছাত্ৰী-ছাত্ৰী।’ এই সন্দৰ্ভত অতি শীঘ্ৰেই চৰকাৰে এটা অভিযান চলাব বুলিও তেওঁ জানিবলৈ দিয়ে ।
- Log in to post comments
- 1 view