ৰাজ্যত পুনৰ বৃদ্ধি পালে বিদ্যুতৰ মাচুল

A


নিউজ ডেস্ক:
প্ৰতি ইউনিটত ৭৯ পইচাকৈ বৃদ্ধি  বিদ্যুতৰ মাচুল।
অনাগত ৩ মাহলৈ বৰ্ধিত হাৰত গ্ৰাহকসকলে আদায় দিব লাগিব মাচুল।উল্লেখ্য যে; ইন্ধনজাতীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে  শক্তি বিভাগে।চলিত মাহৰ পৰা অন্তৰ্ভুক্ত হ’ব বৰ্ধিত মাচুল।

Your Comments