‘আজিৰ বাতৰি কাকত’ৰ স্বত্বাধিকাৰ ৰাজেন বৰাৰ দেহাৱসান

 A

 


নিউজ ডেস্ক:
এসমৰ জনপ্ৰিয় অসমীয়া দৈনিক বাতৰি কাকত ‘আজিৰ বাতৰি’ৰ স্বত্বাধিকাৰ ৰাজেন বৰাৰ দেহাৱসান ৷দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি থকা বৰাই   মঙলবাৰে বিয়লি শেষ নিশ্বাস ত্যাগ কৰে ৷উল্লেখ্য যে, ৰাজেন বৰাই প্ৰকাশ কৰা আজিৰ বাতৰি নামৰ দৈনিক কাকতখনে এসময়ত জনপ্ৰিয়তা অৰ্জন কৰিলেও পৰৱৰ্তী সময়ত বিভিন্ন কাৰণবশতঃ তেওঁ বাতৰি কাকতখনৰ প্ৰকাশ বন্ধ কৰি দিয়ে।

Your Comments