নুনমাটিৰ চি আৰ পি এফ কেম্পত আত্মহত্যা জোৱানৰ

নুনমাটিৰ ১২৮নং চি আৰ পি এফ কেম্পত অঘটন । ছাৰ্ভিছ পিষ্টলেৰে ডিঙিত গুলীয়াই আত্মহত্যা হাৰিয়ানাৰ এজন জোৱানৰ । পুৱা সংঘটিত হয় এই ঘটনা । ঘটনাৰ প্ৰকৃত কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই । চি আৰ পি এফ কৰ্তৃপক্ষই জনোৱা মতে, দীৰ্ঘদিন ধৰি জোৱানজনৰ গৃহকন্দল চলি আছিল । সেই গৃহকন্দলৰ বাবেই আত্মহত্যা কৰাৰ সন্দেহ কৰ্তৃপক্ষৰ । মৃত জোৱানজনৰ নাম কমল সিং বুলি জানিব পৰা গৈছে ।

নুনমাটিৰ ১২৮নং চি আৰ পি এফ কেম্পত অঘটন । ছাৰ্ভিছ পিষ্টলেৰে ডিঙিত গুলীয়াই আত্মহত্যা হাৰিয়ানাৰ এজন জোৱানৰ ।

আজি পুৱা সংঘটিত হয় এই ঘটনা । ঘটনাৰ প্ৰকৃত কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই ।

চি আৰ পি এফ কৰ্তৃপক্ষই জনোৱা মতে, দীৰ্ঘদিন ধৰি জোৱানজনৰ গৃহকন্দল চলি আছিল ।

সেই গৃহকন্দলৰ বাবেই আত্মহত্যা কৰাৰ সন্দেহ কৰ্তৃপক্ষৰ । মৃত জোৱানজনৰ নাম কমল সিং বুলি জানিব পৰা গৈছে ।

Your Comments