বৃদ্ধি পালে অত্যাৱশ্যকীয় সামগ্রীৰ দাম

 A

 


নিউজ ডেস্ক:
এটা নিশাৰ ভিতৰতে বৃদ্ধি পালে বহুকেইবিধ অত্যাৱশ্যকীয় সামগ্রীৰ দাম।প্রতিলিটাৰ মিঠাতেলত দাম বাঢ়িল ৮ৰ পৰা ১০ টকা।মচুৰ-মগু দাইল প্ৰতিকেজিত বাঢ়িল ৮ টকাকৈ দাম। প্ৰতিকেজি চেনিত দুটকাকৈ দাম বৃদ্ধি।আনহাতে ৪ টকাকৈ বাঢ়িল প্ৰতিকেজি আটাৰ দাম।

Your Comments