নিউজ ডেস্ক:
আজি গুৱাহাটীৰ ছাৰ্ভেস্থিত ভবেন্দ্ৰালয়ত অনুষ্ঠিত শিশু শ্ৰমিক নিৰ্মুল সম্পৰ্কীয় ৰাজ্যিক পৰ্যায়ৰ আলোচনাচক্ৰ মুকলি কৰে বি টি আৰ প্ৰধান প্ৰমোদ বড়োৱে।
উল্লেখ্য যে,শিশু শ্ৰমিক নিৰ্মুল সচেতনতা অভিযান, অসমে স্থানীয় স্বেচ্ছাসেৱী অনুষ্ঠানৰ সহযোগত এই কাৰ্যসূচী অনুষ্ঠিত কৰে ৷
- Log in to post comments
- 4 views