নিউজ ডেস্ক:
ৰাজ্যৰ ২৯,৭৪৮ গৰাকী ছাত্ৰী আৰু ৬০৫২গৰাকী ছাত্ৰৰ মাজত এই স্কুটী বিতৰণ কৰা হ’ব।কেবিনেট বৈঠকৰ সিদ্ধান্তৰ বিষয়ে সংবাদমেলত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে প্ৰজ্ঞা ভাৰতী আঁচনিৰ অধীনত অসম চৰকাৰে উচ্চতৰ মাধ্যমিকত প্ৰথম স্থান পোৱা ছাত্ৰী আৰু ৭৫ শতাংশ নম্বৰ লাভ কৰা ছাত্ৰৰ মাজত ৩৫,৮০০খন স্কুটী বিতৰণ কৰিব বুলি প্ৰকাশ কৰে।কামৰূপ মেট্ৰ’ৰ পৰা এই বিতৰণ কাৰ্যসূচী ৩০ নৱেম্বৰৰ পৰা আৰম্ভ কৰা হ’ব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
- Log in to post comments
- 7 views