নিউজ ডেস্ক:
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰাপত্তাক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কেন্দ্ৰীয় গৃহ দপ্তৰৰ।
এতিয়াৰে পৰা দেশজুৰি ‘জেড্ প্লাছ’ (Z+) শ্ৰেণীৰ নিৰাপত্তা লাভ কৰিব অসমৰ মুখ্যমন্ত্ৰীয়ে।১৩ অক্টােবৰত কেন্দ্ৰীয় গৃহ দপ্তৰে এই সন্দৰ্ভত এক নিৰ্দেশনা জাৰি কৰে।উত্তৰ পূবৰ ৰাজ্যসমূহৰ লগতে হিমন্ত বিশ্ব শৰ্মাক এতিয়াৰে পৰা সমগ্ৰ দেশতে CRPF বাহিনীৰ জেড্ প্লাছ নিৰাপত্তা বেষ্টনী প্ৰদান কৰা হ’ব।
- Log in to post comments
- 1 view