নিউজ ডেস্ক:
অসম-অৰুণাচল সীমান্তত নদীবান্ধ নিৰ্মাণক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংছিয়ে ৷
অসম-অৰুণাচল সীমান্তত নদীবান্ধ নিৰ্মাণ কৰাটো এটা ডাঙৰ ভুল বুলি মন্তব্য প্ৰদান কৰে বিশিষ্ট সাহিত্যিকগৰাকীয়ে। তেওঁ কয় যে “পাহাৰীয়া অঞ্চল এনেয়ে প্ৰাকৃতিকভাৱে দুৰ্বল। এনে অঞ্চলত প্ৰাকৃতিক দুৰ্যোগৰ সম্ভাৱনা আটাইতকৈ বেছি হয়।
যাৰ বাবে এনে স্থানত নদীবান্ধ নিৰ্মাণ কৰাটো উচিত নহয়।”
- Log in to post comments
- 11 views