অষ্টম শ্রেণীলৈ স্বয়ংক্ৰিয়ভাৱে উত্তীৰ্ণৰ ব্যৱস্থা এতিয়াৰ পৰা বন্ধ

A

নিউজ ডেস্ক:

ৰাজ্যৰ শিক্ষা ব্যৱস্থাত সামান্য পৰিৱৰ্তন।অষ্টম শ্রেণীলৈ স্বয়ংক্ৰিয়ভাৱে উত্তীৰ্ণৰ ব্যৱস্থা এতিয়াৰ পৰা বন্ধ।পঞ্চম আৰু অষ্টম শ্রেণীত ছাত্ৰ-ছাত্ৰীয়ে হ’ব লাগিব উত্তীৰ্ণ।অসম চৰকাৰৰ কেবিনেটত লোৱা হৈছে এই সিদ্ধান্ত।উল্লেখ্য যে বৰ্তমান অষ্টম শ্রেণীলৈ স্বয়ংক্ৰিয়ভাৱে ছাত্ৰ ছাত্ৰীৰ উত্তীৰ্ণ ব্যৱস্থা আছিল  ৷

Your Comments