
নিউজ ডেস্ক:
নামনি সোৱণশিৰীৰ বৃহৎ নদীবান্ধৰ বিৰুদ্ধে গুৱাহাটীত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ।লতাশিলস্থিত শ্বহীদ ন্যাসৰ সমীপত NHPCৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ।আছু কর্মীসকলে NHPCৰ প্ৰতীকি দাহ কৰে।
উল্লেখ্য যে শেহতীয়াকৈ NHPCত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।যিকোনো মুহূৰ্তত ভয়ংকৰ বিপদৰো আশংকা কৰিছে বৃহৎ নদীবান্ধটোৰ পৰা।
- Log in to post comments
- 5 views