জিএছটিত দুৰ্নীতি! গুৱাহাটীৰ GST ভৱনত CBI ৰ অভিযান

A

নিউজ ডেস্ক: 
গুৱাহাটীৰ জিএছটি ভৱনত CBI ৰ অভিযান।বুধবাৰে নিশাৰ পৰা কাৰ্যালয়টোত অভিযান চলায় CBIয়ে।
ধনৰ বিনিময়ত বহুব্যক্তিক জিএছটি ৰেহাই দিয়াৰ গুৰুতৰ অভিযোগত CBI ৰ জালত পৰে জিএছটি ভৱনৰ আয়ুক্ত শক্তিৱেল ৰাজু।ৰাজুৰ বাসগৃহটো CBIদলে অভিযান চলাই জব্দ কৰে ৩লাখ টকাৰ লগতে আপত্তি জনক বহু নথি পত্ৰ। 

Your Comments