ঘৰত সন্তান প্ৰসৱ কৰিলেই পৰিয়ালৰ লোক যাব লাগিব জেললৈ- উপায়ুক্ত কীৰ্তি জল্লী

A

নিউজ ডেস্ক: 

কামৰূপৰ গৰৈমাৰীত উপায়ুক্ত কীৰ্তি জল্লীৰ সকীয়নি। ধাইৰে ভৰি আছে গৰৈমাৰী অঞ্চলত।যাৰ বাবে উপায়ুক্তই কঠোৰ সকীয়নি দিয়ে গৰৈমাৰী অঞ্চলত।প্ৰশিক্ষণৰ প্ৰমাণ পত্ৰ নথকা ধাইৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰো হুংকাৰ উপায়ুক্ত জল্লীৰ।

উপায়ুক্ত কীৰ্তি জল্লীয়ে ৰাইজলৈ অনুৰোধ কৰি কয় যে  'ঘৰত প্ৰসৱ কৰা বিপৰীতে চিকিৎসালয় যোৱাৰ ব্যৱস্থা কৰক।অন্যথা ঘৰত সন্তান প্ৰসৱ কৰিলেই পৰিয়ালৰ লোক যাব লাগিব জেললৈ।'

Your Comments