
নিউজ ডেস্ক:
নাৰী সমাজক অপমান কৰি দলীয় ৰোষত পংকজ পাঠক।অসম গণ পৰিষদে দলীয় শৃংখলা ভংগ আৰু অসামাজিক বক্তব্য প্ৰসংগত পাঠকক তাৎক্ষণিক ভাবে অসম গণ পৰিষদৰ পৰা অব্যাহতি দিয়াৰ কথা প্রকাশ কৰে।উল্লেখ্য যে শেহতীয়া ভাৱে বিতৰ্কত সোমাই পৰিছে পাঠক।ইতিমধ্যে ৰাজ্যৰ এগৰাকী সাংবাদিক আৰু পত্নীক সামাজিক মাধ্যমত অপমান কৰাৰ গুৰুতৰ অভিযোগত দাখিল কৰিছে এজাহাৰ।আনহাতে মহিলা সমাজক অপমান কৰাৰ অভিযোগতো বিভিন্ন থানাত ৰুজু হৈছে গোচৰ।
- Log in to post comments
- 9 views