
নিউজ ডেস্ক:
কাৰাবন্দী বৰ্ষাশ্ৰী শদিয়াখোৱা বুঢ়াগোহাঁইৰ পৰীক্ষাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ৰায় গোলাঘাট ন্যায়ালয়ৰ।জিলা প্ৰশাসনে নিয়োগ কৰা পৰীক্ষা নিৰীক্ষকক খাৰিজ আদালতৰ।বৰ্ষাশ্ৰীৰ পৰৱৰ্তী পৰীক্ষাত নতুন পৰীক্ষক নিয়োগ কৰিবলৈ দেৱীচৰণ মহাবিদ্যালয়ৰ অধ্যক্ষলৈ জাননী আদালতৰ।উল্লেখ্য যে, অতিৰিক্ত উপায়ুক্ত অম্লান ফুকনক নিৰীক্ষক হিচাপে নিয়োগ কৰিছিল গোলাঘাট জিলা উপায়ুক্তই।ইতিমধ্যে ১৬ জুলাইত অনুষ্ঠিত হৈছে প্রথমটো পৰীক্ষা।তাৎপৰ্যপূৰ্ণ কথা এই যে,বিপ্লৱী কবিতা লিখি কাৰাবন্দী হৈ থকা মেধাৱী ছাত্ৰী গৰাকীয়ে কাৰাগাৰৰ ভিতৰতে দিব লগা হৈছে পৰীক্ষা।
- Log in to post comments
- 11 views