
নিউজ ডেস্ক:
জনগোষ্ঠীয় সমন্বয় পৰিষদ, অসমৰ নেতা প্ৰাক্তন বিধায়ক চৈয়দ মমিনুল আৱালৰ সংবাদমেল।ৰাজ্যিক কেবিনেটে গৰিয়া, মৰিয়া, দেশী, জলহা আৰু চৈয়দ সম্প্ৰদায়ক খিলঞ্জীয়াৰ মৰ্যদা প্ৰদান কৰা সিদ্ধান্তক আদৰণি।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা প্ৰকাশ জনগোষ্ঠীয় সম্বন্বয় পৰিষদ,অসমৰ।অস্তিত্বৰ সংকটত পৰা এই ৫ টা সম্প্ৰদায়ক বিজেপি চৰকাৰৰ নেতৃত্বত এক উচিত মৰ্যদা দিলে।৫ টা সম্প্ৰদায়ে ধৰ্মীয় পৰিচয় বিচৰা নাছিল, জনগোষ্ঠীয় পৰিচয় হে বিচাৰিছিল।
আনহাতে কোৰবাণী বিৰোধিতা প্ৰসংগত সাংসদ বদৰুদ্দিন আজমলৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশেৰে
আৱালে কয়-বদৰুদ্দিন আজমলে সমগ্ৰ বিষয়টোত ৰাজনৈতিক ৰহণ সানিব বিচাৰিছে।জমিয়তৰ সভাপতি ৰূপে ৰাইজৰ মাজত বিভ্ৰান্তিকৰ মন্তব্য দিছে আজমলে ।
- Log in to post comments
- 19 views