গুৱাহাটীৰ পানবজাৰত মুকলি নতুন কাৰ পাৰ্কিং

A

নিউজ ডেস্ক:

গুৱাহাটীৰ যান-জঁট সমস্যা নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যেৰে পানবজাৰত মুকলি নতুন কাৰ পাৰ্কিং।96.80লাখ টকা ব্যয়েৰে নিৰ্মান কৰি উলিওৱা পাৰ্কিং স্থলীটো শনিবাৰে মুকলি কৰে মন্ত্ৰী অশোক সিংঘালে।উল্লেখ্য যে, 120 খন গাড়ী পাৰ্কিং কৰিব পৰা পাৰ্কিংটো অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ ভূমিত স্থাপন কৰা হৈছে।জি এম ডিয়ে নিৰ্মাণ কৰি উলিওৱা পাৰ্কিং টোত মুকলি অনুষ্ঠানত উপস্থিত থাকে জি এম ডিৰ অধ্যক্ষ নাৰায়ণ ডেকা, উপ-অধ্যক্ষ মুকুতা ডেকা, মেয়ৰ মৃগেন শৰণীয়া।

Your Comments